মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

পঞ্জীয়ন বাতিল কৰবলৈ আৰোপ কৰা চৰ্ত

পঞ্জীয়কে এখন সমিতিৰ পঞ্জীয়ন বাতিল কৰিব পাৰে

  • কাম সময়ত আৰম্ভ নকৰা বাবে বা
  • কাম বন্ধ কৰা নতুবা এৰা বাবে বা
  • উপবিধিৰ নীতি বা এই আইনত বস্তুগতভাৱে আৰু চৰ্তহীন ভাৱে পঞ্জীয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰা বা বিৰাম কৰা বাবে আৰু
  • পঞ্জীয়কৰ মতে ভাঙি পেলোৱাটো উচিত বিবেচনা কৰিলে।