মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

অমি কি কৰোঁ

    • সমবায় হিচাপ পৰীক্ষণৰ কাৰণে চাৰ্টাৰ একাউনটেণ্টৰ অনুমোদিত তালিকাৰ বিজ্ঞাপন দিবলৈ।
    • এখন পঞ্জীয়নকৃত সমবায় সমিতিৰ ব`ৰ্ডৰ প্ৰস্তাৱৰ দ্বাৰা সমৰ্থিত আবেদনৰ ভিত্তিত আইনৰ ধাৰা ৪৮ ৰ অধীনত চৰকাৰী কৰ্মচাৰীক প্ৰতিনিধিত্ব প্ৰদান।
    • আইনৰ ধাৰা ৪৯ৰ অধীনত এখন সমবায়ৰ মুখ্যকাৰ্য্যবাহী বিষয়া (চি ই ও) ৰ নিযুক্তি।