মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

সমবায় সমিতিৰ তালিকা

  • অবলোকন:

    আজিৰ তাৰিখত ২১৭৭ খন গাওঁ পঞ্চায়তকে ধৰি ( জি পি এছ এছ) ৯৮৫৫ খন পঞ্জীয়ন কৃত সমবায় সমিতি আছে, ৮০ খন আছে এল এ এম পি এছ আৰু ২৩৪১ খন আছে মহিলাৰ বহুমুখী সমবায় সমিতি। সমবায় সমিতিবোৰে তেওঁলোকৰ ৰাজ্যৰ কৃষি, গৃহ, মীন, দুগ্ধ পাম, প্ৰক্ৰিয়াকৰণ, কূটীৰ আৰু শ্ৰম, ক্ষুদ্ৰ উদ্যোগ খণ্ডত কাম কৰি আছে। হস্ততাঁত সমবায় সমিতিক চলোৱা হয় এ এণ্ড টি বিভাগৰ জৰিয়তে।

    প্ৰথমিক আৰু জিলা পৰ্য্যায়ৰ সমবায় সমিতিৰ তালিকা:

    ক্ৰমিকনংসমবায়সমিতিৰধৰণসমিতিৰসংখ্যা
    জি পি এছ এছ২১৭৭
    এল এ এম পি এছ৮০
    গাওঁ পৰিষদৰ বহুমুখী সমবায় সমিতি১৯৬
    পাইকাৰী গ্ৰাহক সমবায় সমিতি৩৫
    মহিলা বহুমুখী  সমবায় সমিতি২৩৪১
    প্ৰাথমিক বজাৰ সমবায় সমিতি৩০
    প্ৰাথমিক দুগ্ধ সমবায় সমিতি৪৩৯
    ধাৰ-ঋণ সমবায় সমিতি৮০৩
    গাহৰি পালন সমবায় সমিতি৩৮৩
    ১০হাঁহ-কুকুৰা পালন সমবায় সমিতি৩৭৩
    ১১কৃষি পাম সমবায় সমিতি৩৭০
    ১২প্ৰাথমিক মীন সমবায় সমিতি৮৫৫
    ১৩প্ৰথমিক গ্ৰাহক সমবায় সমিতি২৮৫
    ১৪প্ৰাথমিক গৃহ সমবায় সমিতি১৪৬
    ১৫উদ্যোগ সমবায় সমিতি৪২১
    ১৬পৰিবহন সমবায় সমিতি২৭
    ১৭জিলা সমবায় সমিতি১৪
    ১৮প্ৰক্ৰিয়াকৰণ সমবায় সমিতি১৫
    ১৯চেনী কল সমবায় সমিতি
    ২০শ্ৰম আৰু ঠিকা সমবায় সমিতি৩২
    ২১বিদ্যালয় আৰু মহাবিদ্যালয় সমবায় সমিতি২৩
    ২২কৃষিভিত্তিক উদ্যোগ সমবায় সমিতি
    ২৩সমবায় বেংক
    ২৪আন সমবায়৮১০
    ২৫ৰাজ্যিক পৰ্য্যায়ৰ সমবায় সমিতি২৫
     

    মুঠ

    ৯৪৫৫