মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

দেয় উদ্ধাৰ

  • দেয় উদ্ধাৰ আৰু বাকীজাই মামলা:

    1. পঞ্জীয়ক বা তেনেকুৱা আন ব্যক্তি ইয়াৰ হকে কৰ্তৃত্ব লাভ কৰে, তেওঁ নিজৰ ইচ্ছাত আৰু যেতিয়া চৰকাৰৰ স্বাৰ্থ জড়িত থাকে বা বাজেয়াপ্ত কৃত সমিতিক লিখিতভাৱে দাবী কৰা হয়, এখন পঞ্জীয়নভূক্ত সমিতি বা যিকোনো বিত্তীয় বেংকৰ ঋণ উদ্ধাৰৰ কাৰণে বা অনুসন্ধানৰ পাছত ঋণ পৰিশোধ কৰিব নোৱাৰা সদস্যৰ যিকোনো পৰিমাণৰ দেয় তেওঁৰ পৰা আশা কৰা হয় পৰিশোধ কৰিবলৈ সমৰ্থ বুলি আৰু যুক্তিপূৰ্ণ সুযোগ দি তেওঁৰ শুনানি লৈ, সমবায় স্বত্ববিচাৰৰ প্ৰমাণ পত্ৰ এখন অনুমোদন কৰিব লাগে দেয়ৰ পৰিমান উদ্ধাৰৰ কাৰণে।
      • যদি কোনো ঋণৰ কিস্তি বা সূত সমবায় সমিতিৰ এজন সদস্যৰ দ্বাৰা দেওনা থাকে, বা তেনেকুৱা কিস্তিৰ যিকোনো অংশ পৰিশোধ কৰিবলৈ বাকী থাকে, পৰিশোধ কৰিব লগা তাৰিখৰ পৰা ৩০ দিনতকৈ বেছি হলে, ব`ৰ্ডে বা তেনেকুৱা কিস্তি আদায়ৰ কাৰণে আন কোনো ব্যক্তিক কৰ্তৃত্ব প্ৰদান কৰে, তাৰ পৰা এটা অংশ, কিস্তি আদায় কৰা হয় স্থায়ী সমবায়ে অধিগ্ৰহণ কৰা ভূমি বাজেয়াপ্ত কৰি নতুবা ভূমিত উৎপন্ন হোৱা বস্তু বিক্ৰী কৰি।
      • এনেকুৱা আবেদন লাভ কৰাৰ পাছত পঞ্জীয়ক বা তেওঁৰ দ্বাৰা কৰ্তত্ব প্ৰদান কৰা ব্যক্তিয়ে সম্পত্তি হস্তান্তৰ আইন ১৮৮২ৰ অৰ্ন্তভূক্ত স্বত্বেও বিধান দিয়া ধৰণে তেনেকুৱা উৎপন্নবস্তু বাজেয়াপ্ত আৰু বিক্ৰী কৰাৰ উদ্দেশ্যে কাৰ্য্যপন্থা হাতত ল`ব।
        কোৱা হয় যে দেনাৰ কিস্তি পৰা তাৰিখৰ পৰা ১২ মাহৰ অন্ত হোৱাৰ পাছত কোনোধৰণৰ বাজেয়াপ্ত নচলিব।
      • বাজেয়াপ্ত কৰা সম্পত্তিৰ মূল্য সিমান হ`ব যিমানৰ দেয় আৰু বিক্ৰী খৰচ আৰু বাজেয়াপ্তৰ খৰচ মিলি দিব লগা হ`ব।
     

    মাচুল আৰু অতিৰিক্ত মাচুল:

    1. য`ত, ৮১ ধাৰাৰ অধীনত এটা হিচাপ পৰীক্ষাৰ ফলাফল বা ৮৭ ধাৰাৰ অধীনত কৰা এটা অনুসন্ধান নতুবা ৮৮ ধাৰাৰ অধীনত কৰা পৰিদৰ্শন বা এটা পঞ্জীয়ন সমিতিৰ শেষ অৱস্থাত প্ৰস্তুত কৰা প্ৰতিবেদন, পঞ্জীয়কৰ বাবে যিকোনো সদস্য, বিষয়া নতুবা সমিতিৰ অতীত বা বৰ্তমানৰ কৰ্মচাৰীৰ তেনেকুৱা অনুসন্ধান, পৰিদৰ্শন বা প্ৰতিবেদন বা হিচাপ পৰীক্ষা তাৰিখৰ আগৰ চাৰি বছৰ সময়ৰ ভিতৰত যিধৰণৰ কথা হ`ব পাৰে।
      • ইচ্ছাকৃত, ব্যক্তিগতই হওক বা আন নিয়ন্ত্ৰিত গোট নতুবা যিকোনো পৰিচালিত সংগঠনৰ অনুমোদিত সদস্যই তৈয়াৰ কৰা বা কৰ্তৃত্ব লাভ কৰে কোনো দেনা পৰিশোধৰ বা যিকোনো ঋণত অনুমোদন কৰে যিটো এই আইন, উপবিধিৰ নীতি বিৰুদ্ধ হয় নতুবা যথা সময়ত পদক্ষেপ ল`বলৈ অপাৰগ হয় নতুবা সময়মতে ঋণ উদ্ধাৰ কৰিবলৈ বা এইটো হয়তো অসঠিকভাৱে ব্যৱহাৰ কৰা হৈছে বা
      • ঘাটি বা লোকচানৰ প্ৰতি সমুদায় অৱমাননা কৰা হৈছিল।
      • যিকোনো ধনৰাশিৰ শুভাৰম্ভনি কৰাত অসফল হৈছিল যিটো সময়ত পাতনি কৰা উচিত বা
      • সমিতিৰ ধন-সম্পদ অসৎভাৱে হস্তগত কৰা বা প্ৰতাৰণাৰে কিবা সম্পত্তি কুক্ষিগত কৰা হৈছে।
      • সমিতিৰ সম্পৰ্কত বিশ্বাসঘাটকতা কৰা হ`ল, পঞ্জীয়কে তেনেকুৱা পৰিচালন সমিতিৰ সদস্য বা বিষয়াৰ বিৰুদ্ধে অনুসন্ধান কৰিব পাৰে নতুবা আন নিয়ন্ত্ৰিত গোটৰ বিৰুদ্ধে পঞ্জীয়কে অনুসন্ধান চলাব পাৰে।
    2. একেধৰণে সমিতিৰ যিকোনো সদস্য, বিষয়া বা কৰ্মচাৰীৰ, অতীত বা বৰ্তমান, পঞ্জীয়নভূক্ত সমিতিৰ আচৰণ সম্পৰ্কীয় বিষয়ৰ অনুসন্ধান পঞ্জীয়কে কৰিব। বৰ্তমান সমিতিৰ নিয়ন্ত্ৰন বা পৰিচালন গোটৰ বা হিচাপ পৰীক্ষা বা যিকোনো ঋণ গ্ৰহণ কৰোঁতা নতুবা আন পঞ্জীয়নকৃত সমিতিৰ আবেদনৰ ওপৰত ভিত্তি কৰি যাক সমিতিয়ে সভ্য কৰি লৈছে বা বৰঙণি দি আছে।
    3. তেনেকুৱা অনুসন্ধানৰ এনেকুৱা সদস্য, বা বিষয়া বা কৰ্মচাৰীক এনেকুৱা এটা শুনানিৰ সুযোগ দিয়া হয় আৰু উপবিধি, ধাৰা বা এই আইনৰ ব্যৱস্থাৰ বিৰুদ্ধে পৰিশোধ যদি কৰিব লগা থাকে পাছত তেনে সদস্য, বিষয়া বা কৰ্মচাৰীক সময় প্ৰদান কৰা হয় ধৰুৱাত পৰা ধনৰ পৰিমান উদ্ধাৰ কৰি সমিতিৰ পুঁজিত জমা কৰিবলৈ। যদি তেনেকুৱা সদস্য, বিষয়া বা কৰ্মচাৰীয়ে সেই ধনৰ পৰিমাণ উদ্ধাৰ কৰিবলৈ অপাৰগ হয় তেতিয়া পঞ্জীয়কে এখন লিখিত নিৰ্দেশৰ দ্বাৰা তেনেকুৱা সদস্য, বিষয়া বা কৰ্মচাৰীক দাবী জনাব সেই পৰিমাণৰ ধন পঞ্জীয়কে নিৰ্দেশ কৰা ধৰণে সূতসহ পৰিশোধ কৰিবলৈ, সেই সমিতিৰ ক্ষতিপূৰণৰ বাবদ পঞ্জীয়কে যোগ্য বুলি বিবেচনা কৰা ধৰণে তেনেকুৱা পৰিশোধৰ বাবে হোৱা লোকচানৰ কাৰণে নতুবা সেই সম্পত্তিৰ পুনৰ সংস্থাপন কৰিবলৈ আৰু সেই ধৰণৰ ধনৰাশি পঞ্জীয়কে নিৰ্দিষ্ট কৰা ধৰণে পৰিশোধ কৰিবলৈ সকলো প্ৰস্তুতিৰ খৰচ এই আইনৰ অধীনত বহন কৰাৰ বাবদ।
    4. উপ-বিধি (৩)ৰ অধীনত পঞ্জীয়কে যদি কোনো বঁটা দিব খোজে তাক হ্ৰাস কৰা হ`ব সমবায়ৰ স্তত্ববিচাৰ প্ৰমাণ পত্ৰ লৈ সেইজন বিষয়াৰ দ্বাৰা যিজনক এই প্ৰমাণ পত্ৰ উলিওৱাৰ কাৰণে কৰ্তৃত্ব প্ৰদান কৰা হৈছে।
    5. এই ধাৰা ব্যৱহাৰ কৰা হোৱা স্বত্বেও এনেকুৱা সদস্য, বিষয়া বা কৰ্মচাৰী তেওঁৰ কাৰ্য্য বা কৰ্তব্যত অৱহেলাৰ কাৰণে অপৰাধীৰ বোজাৰ সন্মুখীন হ`ব লগা হৈছে এই আইনৰ অধীনত বা আন আইন কাৰ্য্যকৰী হৈ থকা সময়চোৱাৰ কাৰণে।