মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

পঞ্জীয়ন / পঞ্জীয়ন বাতিল

পঞ্জীয়ন

পঞ্জীয়ন
    • সমিতি যিবোৰে পঞ্জীয়ন কৰিব পাৰে:
      1. এখন সমিতি যিখনৰ অৰ্থনৈতিক স্বাৰ্থৰ উন্নতি কৰাতো হয় ইয়াৰ মুখ্য লক্ষ্য উদ্দেশ্য আৰু সহযোগিতাৰ নীতিৰ ভিত্তিত সদস্যসকলৰ সাধাৰণ কল্যাণ হোৱাটো বিচাৰে তেনেকুৱা সমিতিখনক এই আইনৰ অধীনত পঞ্জীয়ন কৰা হয় ।
      2. যদি পঞ্জীয়কে ঘোষনা কৰা বিষয়বস্তু সিদ্ধি লাভ কৰিবলৈ অসমৰ্থ হয় বা সহযোগিতাৰ ক্ষেত্ৰত অস্থিৰ, কাৰিকৰী কৌশল,প্ৰযুক্তি আৰু অৰ্থনৈতিকভাৱে অবিকাশিত নতুবা যিকোনো পঞ্জীয়নভূক্ত সমবায় সমিতিৰ ওপৰত কিম্বা সামগ্ৰীকভাৱে সমবায় আন্দোলনটোৰ ওপৰত বিৰুদ্ধভাব উৎপন্ন হয়; যদি সদস্যসকল বা আবেদনকাৰী সকলে সেৱা আগবঢ়োৱাৰ বাবে প্ৰয়োজনবোধ নকৰে বা সমবায় সমিতিৰ সেৱা ব্যৱহাৰ কৰাৰ স্থিতিত নাথাকে, তেনে সমিতি পঞ্জীয়ন কৰা নহয় ।

        কোৱা হয় যে কোনো সংগঠন, সমিতি এই আইনৰ বাহিৰে অন্য কোনো কম দিন বৰ্তি থকা অইনৰ অধীনত পঞ্জীয়ন হয় তেওঁলোকে হয় পঞ্জীয়ন কৰি ল`ব লাগিব নহয় সলনি কৰি ল`ব বা একত্ৰিত হ`ব লাগিব এখন সমবায় সমিতি হিচাবে।
      3. ইয়াৰ উপবিধিত স্পষ্ট কৰি দিয়া হৈছে যে পঞ্জীয়কৰ ওচৰত পঞ্জীয়ন কৰাৰ পূৰ্বে সমবায় সমিতিখনে সমবায় বেংক হিচাবে পঞ্জীয়ন কৰি ল`ব লাগে । সমিতিখন হ`ব এখন সমবায় বেংক যিখনে ব্যৱসায় পৰিচালনা কৰিব ৫ নং ধাৰাত ব্যাখ্যা কৰা ধৰণে । (খ) ` বেংক ৰেগুলেচন এক্ট ১৯৪৯`ৰ ( এক্ট নং ১৯৪৯ ৰ ১০) ভিত্তিত এই ধাৰাত ব্যাখ্যা কৰা ধৰণে সমবায় বেংক হিচাপে পঞ্জীয়কে উক্ত সমিতিখন পঞ্জীয়ন কৰিব ।
    • পঞ্জীয়নৰ পদ্ধতি:
      • অতি কমেও ১০ জন ১৮ বছৰৰ ওপৰৰ সহায়ক বা উদ্যোক্তাৰ নাম ঠিকনা, দূৰভাষ নম্বৰৰ সবিশেষ দি চহী কৰা আবেদন পত্ৰেৰে প্ৰস্তাৱিত সমবায় সমিতিখন পঞ্জীয়নৰ কাৰণে পঞ্জীয়ন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব পাৰি ।
      • আবেদন পত্ৰ গ্ৰহণৰ তিনি দিনৰ ভিতৰত পঞ্জীয়ন কৰ্তৃপক্ষই এজন বিষয়া প্ৰতিনিধি হিচাপে পঠাব আবেদন পৰীক্ষা কৰাৰ কাৰণে, প্ৰস্তাৱিত সমবায় সমিতিৰ উদ্যোক্তাৰ লগত আলোচনা কৰি ইয়াৰ প্ৰবেশ আৰু গ্ৰহণযোগ্যতাৰ সম্ভাৱনীয়তা নিশ্চিত কৰিব ।
      • বিষয়া প্ৰতিনিধিজনে ৭টা কৰ্ম দিনৰ ভিতৰত সম্ভাৱনীয়তাৰ প্ৰতিবেদন স্পষ্ট মন্তব্যসহকাৰে দাখিল কৰিব
        1. যৱসায়ীক সংগঠন হিচাবে সমবায় সমিতিৰ প্ৰস্তাৱিত উদ্দেশ্য, সম্ভাৱনীয়তা আৰু প্ৰাপ্তিযোগ্যতা ।
        2. প্ৰস্তাৱিত সমিতিৰ কাৰ্য্য এলেকা নিৰ্ধাৰণ আৰু কাৰ্য্য এলেকাৰ ভিতৰত তেনেকুৱা আন সমবায়ৰ লগত অসুস্থ্ প্ৰতিযোগীতাৰ সম্ভাৱনীয়তা ।.
        3. প্ৰস্তাৱিত সমিতিৰ উদ্যোক্তা সদস্যসকলৰ সমবায়ৰ নীতি আৰু উদ্দেশ্যৰ প্ৰতি সজাগতা আৰু তেওঁলোকৰ অংশগ্ৰহণৰ ভাৰসাম্যতা
      • যদি বিভাগীয় বিষয়াৰ দ্বাৰা সমবায় সমিতিৰ সংগঠনটো সঁচা বুলি প্ৰমাণ কৰা হয় পঞ্জীয়ন কৰ্তৃপক্ষই সেই সমবায় সমিতিৰ পঞ্জীয়নৰ কাৰণে নিৰ্দিষ্ট প্ৰ-পত্ৰৰ এটা প্ৰতিলিপি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পঠাব । উপবিধিৰ নিৰ্দেশ গ্ৰহণ কৰিবলৈ এখন উদ্বোধনী সাধাৰণ সভা আহ্বান কৰিব আৰু একে উদ্দেশ্যত এজন বিষয়া প্ৰতিনিধিয়ে সহায় কৰিব ।
      • সম্ভাব্য প্ৰতিবেদন দাখিল কৰাৰ সাতদিনৰ ভিতৰত উদ্যোক্তাসকলে নিৰ্দিষ্ট প্ৰ-পত্ৰ পঞ্জীয়ন কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিব ।
      • অসম সমবায় সমিতি আইন ২০০৭, ধাৰা ১৭ (১) ব্যৱস্থা অনুযায়ী পঞ্জীয়ন মাচুল সহিতে উদ্যোক্তাসকলে উদ্বোধনী সাধাৰণ সভাৰ কাৰ্য্য প্ৰণালী, প্ৰস্তাৱিত উপবিধিৰ ৪ খন প্ৰতিলিপি গাঁঠি দি নিৰ্দিষ্ট প্ৰ-পত্ৰ দাখিল কৰিব পাৰে ।
      • আনুষ্ঠানিক আবেদন, পঞ্জীয়ন মাচুল গ্ৰহণ কৰাৰ পাছত পঞ্জীয়ন কৰ্তৃপক্ষই সমিতিখন পঞ্জীয়ন কৰিব আৰু সেইমতে পঞ্জীয়ন প্ৰমান পত্ৰ প্ৰদান কৰা হ`ব ।
      • যদি পঞ্জীয়ন কৰ্তৃপক্ষৰ দ্বাৰা জানিব পৰা হয় যে প্ৰস্তাৱিত সমবায় সমিতিখন কিছু কাৰণত পঞ্জীয়ন কৰিব পৰা নহয় তেতিয়া কৰ্তৃপক্ষই সম্ভাব্য প্ৰতিবেদন গ্ৰহণ কৰাৰ ৫ দিনৰ ভিতৰত লিখিত যুক্তিৰ উদ্ধৃতি দৰ্শাই উদ্যোক্তাসকলৰ লগত যোগাযোগ কৰিব লাগিব ।
      • আনুষ্ঠানিক আবেদন গ্ৰহণ কৰাৰ তাৰিখৰ পৰা ২ মাহৰ ভিতৰত পঞ্জীয়নৰ সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণ কৰিব লাগিব আৰু পঞ্জীয়ন মাচুল / আনুষ্ঠানিক আবেদনপত্ৰ গ্ৰহণৰ তাৰিখৰ পৰা ৬০ দিনৰ অন্তত প্ৰস্তাৱিত সমিতিখন পঞ্জীয়নৰ কাৰণে বিবেচনা কৰা হ`ব যদি বিষয়টো চুক্তিসময়ৰ ভিতৰত ব্যৱস্থা কৰা নহয়।
    • দায়িত্বশীল বিষয়াসকল আৰু প্ৰয়োজনীয় বস্তু:
      সেৱাৰ সবিশেষ নাম আৰু দায়িত্বশীল বিষয়া সকলৰ পদবী কাৰ্যালয়ৰ ঠিকনা আৰু অৱস্থান চৰ্ত                                                               কৰ্তৃপক্ষৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰাৰ সময়সীমা/ৰায়দান মাচুল
      ১.সমবায় সমিতিৰ পঞ্জীয়ন ৰাজ্যিক পৰ্য্যায়ৰ সমবায়ৰ কাৰণে অসম সমবায় সমিতিৰ পঞ্জীয়ক অসম সমবায় সমিতিৰ পঞ্জীয়ক খানাপাৰা গুৱাহাটী-২২ ১. ১৮ বচৰৰ ওপৰৰ কমপক্ষেও ১০ জন ব্যক্তিৰ স্বাক্ষৰসহ প্ৰাৰম্ভিক আৱেদন
      ২. এবাৰ সম্ভৱপৰ বিবেচনা কৰা স্থলত কাৰ্যালয়ৰ দ্বাৰা সম্ভাব্য অধ্যয়ন
      ১. পঞ্জীয়ন কৰ্তৃপক্ষই পোৱা সঠিক আবেদন পত্ৰ পঞ্জীয়নৰ কাৰণে
      ২. প্ৰস্তাৱিত উপ-বিধিৰ ৪টা প্ৰতিলিপি
      ৩. উদ্বোধনী সাধাৰণ সভাৰ কাৰ্য্য-ক্ৰমনিকা
      ৪. স্থায়ী বসবাসৰ লগতে জন্মৰ প্ৰমান পত্ৰ সৈতে পঞ্জীয়ন কৰ্তৃপক্ষৰ ওচৰত পোৱা নিৰ্দিষ্ট প্ৰ-পত্ৰৰ নিয়ম অনুসাৰে উদোক্তাৰ তালিকা প্ৰদান আৰু
      ৫. পঞ্জীয়ন মাচুল জমা কৰি ট্ৰেজাৰি চালানৰ প্ৰতিলিপি পঠাব লাগে।
      ৬০ দিন কৰ্তৃত্বশীল অংশ মূলধনৰ ১ শতাংশ
      অতিৰিক্ত পঞ্জীয়ক বি টি এ ডি অতিৰিক্ত পঞ্জীয়ক ডিফু/মণ্ডল যুটীয়া পঞ্জীয়ক দুখন বা ততোধিক জিলাৰ সমবায় সমূহক সামৰি সংযোজন এ ত বিষয়াসকলৰ সবিশেষ তালিকা
      জিলা পযাৰ্য়ৰ কাৰণে জিলা উপ-পঞ্জীয়ক সমবায় সমূহ সংযোজন বি ত বিষয়াসকলৰ সবিশেষ তালিকা
      আন সকলো প্ৰথমিক সমবায়ৰ বাবে সহকাৰী পঞ্জীয়ক সংযোজন চি ত বিষয়াসকলৰ সবিশেষ তালিকা
    • সংযোজন এ বি আৰু চি:
সংযোজন এ
ক্ৰ:
নং
বিষয়াৰ নাম পদবী ঠিকনা দূৰভাষ নং
  শ্ৰী আৰ কে মজুমদাৰ আৰ চি এছ অসম মূখ্য কাৰ্য্যলয় কৃষি বিভাগ চৌহদ খানাপাৰা-গুৱাহাটী  
১। শ্ৰী মতী কবিতা ৰাণী দাস অতিৰিক্ত পঞ্জীয়ক, সমবায় সমিতি, পাহাৰ, ডিফু মূখ্য কাৰ্য্যালয় ৯৪৩৫১৬৯৩৯৬
২. শ্ৰী জি পেগু (জি আৰ চি এছ) আই/চি অতিৰিক্ত পঞ্জীয়ক, সমবায় সমিতি, (সাধাৰণ) ও/ও, অতিৰিক্ত আৰ চি এছ পাহাৰীয়া, ডিফু ৯৪৩৫০৮৫৫২১
৩. শ্ৰী মতী কহিনুৰ নাৰ্জাৰী(ডি আৰ চি এচ) আই/চি অতিৰিক্ত পঞ্জীয়ক সমবায় সমিতি বি টি চি, কোকৰাঝাৰ ও/ও অতিৰিক্ত আৰ চি এছ বি টি চি, কোকৰাঝাৰ ৯৪৩৫৭২০৪৮৯
৪. শ্ৰী এ কে বৈশ্য যুটীয়া পঞ্জীয়ক, সমবায় সমিতি মূখ্য কাৰ্য্যালয় ৯৪৩৫১০৪৬০৩
৫. শ্ৰী জি পেগু (জি আৰ চি এছ) যুটীয়া পঞ্জীয়ক সমবায় সমিতি মূখ্য কাৰ্য্যালয় ৯৪৩৫৯৮৫৫২১
৬. শ্ৰী এ কে হাজৰিকা যুটীয়া পঞ্জীয়ক সমবায় সমিতি ও/ও গুৱাহাটী মণ্ডল ৯৪৩৫০৫৫৫৩১
৭. শ্ৰী বি কে আগৰৱালা যুটীয়া পঞ্জীয়ক সমবায় সমিতি ও/ও তেজপুৰ মণ্ডল ৯৪৩৫০৪৩০১৯
৮. শ্ৰী জি পেগু (জি আৰ চি এছ) আই চি যুটীয়া পঞ্জীয়ক সমবায় সমিতি ও/ও যোৰহাট মণ্ডল ৯৪৩৫০৮৫৫২১
৯. শ্ৰী এ জে বৰা যুটীয়া পঞ্জীয়ক সমবায় সমিতি ও/ও শিলচৰ মণ্ডল ৯৪৩৫৭৪৯৯৯৪

সংযোজন বি

সমবায় সমিতিসমূহৰ উপ পঞ্জীয়কৰ তালিকা ৩০/০৬/২০১৬
ক্ৰ:
নং
বিষয়াৰ নাম পদবী ঠিকনা দূৰভাষ নং
১. শ্ৰী আতিকুৰ ৰহমান উপ পঞ্জীয়ক সমবায় সমিতি মূখ্য কাৰ্য্যালয় ৯৪৩৫০১৫৯৬৩
২. খালী মূখ্য কাৰ্য্যালয়    
৩. খালী মূখ্য কাৰ্য্যালয়    
৪. শ্ৰী কন কুমাৰ শৰ্মা উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ কোকৰাঝাৰ ৮৪৮৬১৫৬২৮১
৫. শ্ৰী উৎপল বিজয় ডেকা উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ গোৱালপাৰা ৮৪৮৬১৩৬৪৫৯
৬. শ্ৰী মতী কহিনুৰ নাৰ্জাৰী উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ চিৰাং ৯৪৩৫৭২০৪৮৯
৭. শ্ৰী এইছ কে গায়ন (ডি আৰ চি এছ) আই/চি উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ ধুবুৰী ৮৮১২৮২৫৭১২
৮. শ্ৰী ৰাজদীপ নাথ উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ ওদালগুৰি ৮৭৯৭১৭৫৮৪৭
৯. শ্ৰী জে খেৰকটাৰী উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ বাক্সা ৯৯৫৭২৬৩১৫৮
১০. শ্ৰী মইনুল হক চৌধুৰী উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ কামৰূপ, গুৱাহাটী ৯৪৩৫১০৮১১৮
১১. শ্ৰী গিয়াচ আলী উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ নলবাৰী ৯৯৫৪৭২২৯৯৭
১২. শ্ৰী ডি চি নায়ক উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ বৰপেটা ৯৪৩৫০২৬০৬৬
১৩. শ্ৰীমতী অনুপমা চক্ৰবৰ্তী উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ নগাওঁ ৯৪৩৫১০৮৯৪৪
১৪. শ্ৰী বিশ্বজিত চক্ৰবৰ্তী উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ , শোণিতপুৰ ৯৪৩৫০৮১৯৪২
১৫. শ্ৰী এইছ কে গায়ন উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, মংগলদৈ ৮৮১২৮২৫৭১২
১৬. শ্ৰী কে দেউৰী (এ আৰ চি এছ) আই/চি উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, লক্ষীমপুৰ ৯৯৫৪৮২২৯০৫
১৭. শ্ৰী জি পেগু (জে আৰ চি এছ) আই/চি উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, যোৰহাট ৯৪৩৫০৮৫৫২১
১৮.   উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, ডিব্ৰুগড় ৯৪৩৫৭৪৯৯৯৪
১৯. শ্ৰী সঞ্জীৱ কুমাৰ বৰুৱা উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, শিৱসাগৰ ৯৪৩৫০৫৫৫৮৭
২০. শ্ৰী মোহন টেৰণ উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, কাচাৰ,শিলচৰ ৯৯৫৭০১৩৮৫৮
২১. শ্ৰীমতী লিপিকা চৰকাৰ উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, কৰিমগঞ্জ ৯৪৩৫০২৫৮১০
২২. শ্ৰী উৎপল বিজয় ডেকা আই/চি উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, কাৰ্বি আংলং, ডিফু ৮৪৮৬১৩৬৪৫৯
২৩. শ্ৰী এম টেৰণ (ডি আৰ চি এছ) আই/চি উপ পঞ্জীয়ক সমবায় সমিতি ও/ও ডি আৰ চি এছ, হাফলং ৯৯৫৭০১৩৮৫৮

সংযোজন চি:

সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ তালিকা ৩০/০৯/২০১৬
ক্ৰ:
নং
বিষয়াৰ নাম পদবী ঠিকনা দূৰভাষ নং
১. শ্ৰী কন কুমাৰ শৰ্মা ( ডি আৰ চি এচ) আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, কোকৰাঝাৰ ৮৪৮৬১৫৬২৮১
২. শ্ৰী চানক্য কুমাৰ শৰ্মা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, গোঁসাই গাওঁ ৮৮২২১০৯৮২৮
৩. শ্ৰী বিক্ৰম হাজৰিকা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, গোৱালপাৰা ৯৪৩৫৫৪৩৭২৭
৪. শ্ৰী দ্বীপেন দাস সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, উত্তৰ শালমাৰা, অভয়াপুৰী ৯৭০৭৫৯২০১৭
৫. শ্ৰী মনোৰঞ্জন ডেকা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, ধুবুৰী ৯৪৩৫৩২২৯৫৭
৬. শ্ৰী কণজিত মণ্ডল (চি এছৰ জ্যেষ্ঠ হিচাব পৰীক্ষক আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, দক্ষিণ শালমাৰা (হাত-শিঙিমাৰী) ৯৯৫৪০৬৭৬৪০
৭. শ্ৰী বিকাশ শৰ্মা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, ওদালগুৰি ৯৯৫৪৫৪১১৭১
৮. শ্ৰী জগদীশ শৰ্মা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, গুৱাহাটী ৯৪৩৫৩০৫৮৯৪
৯. খালী   ও/ও এ আৰ চি এছ, গুৱাহাটী  
১০. খালী   ও/ও এ আৰ চি এছ, ৰঙিয়া  
১১. শ্ৰী অমিয় বৰা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, নলবাৰী ৯৪৩৫১১০০৬৩
১২. শ্ৰীমতী স্নেহা ডেকা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, বৰপেটা ৯৭০৭৬০৫২২৩
১৩. শ্ৰীমতী অনুপমা চক্ৰবৰ্তী ( ডি আৰ চি এছ) আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, নগাওঁ ৯৪৩৫১০৮৯৪৪
১৪. শ্ৰী পি কে দাস ( এআৰ চি এছ) আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, হোজাই ৯৪৩৫২০৯৯২৭
১৫. শ্ৰীমতী সংগীতা গগৈ সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, কলিয়াবৰ ৯৪৩৫৩২৫৮৪৫
১৬. শ্ৰী ৰোহিণী কাকতি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, মৰিগাওঁ ৯৮৫৪২৩২২৯৬
১৭. শ্ৰী কালিৰাম পাটৰ সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, তেজপুৰ মণ্ডল ৮৮২২৪১৮১৫০
১৮. শ্ৰী সোমেশ্বৰ মেদক সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, তেজপুৰ ৯৪৩৫৩৮৩৭০১
১৯. শ্ৰী পি কে দাস সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, বিশ্বনাথ চাৰিআলি ৯৪৩৫২০৯৯২৭
২০. শ্ৰী ফুলেম দাস সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, মংগলদৈ ৯৫০৮২৫৫২১১
২১. শ্ৰী কৰ্ণধৰ দেউৰী সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, উত্তৰ লক্ষীমপুৰ ৯৯৫৪৮২২৯০৫
২২. শ্ৰী কৰ্ণধৰ দেউৰী ( এ আৰ চি এছ) আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, ঢকুৱাখানা ৯৯৫৪৮২২৯০৫
২৩. শ্ৰী মদন ৰবি দাস সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, জোনাই ৯৯৫৪৫৬১৬৭৩
২৪. শ্ৰী বিদেশ্বৰ নৰহ সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, ধেমাজি ৯৪৩৫৩৮৬৫৫০
২৫. শ্ৰী দুৰ্লভ বৰা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, যোৰহাট মণ্ডল ৯৫৭৭৮৫৫০২৯
২৬. শ্ৰী ভদ্ৰ সিং ডেকা বৰুৱা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, যোৰহাট ৯৯৫৭৯৬৬৯৬৮
২৭. শ্ৰী মাধুৰ্য্য বৰদলৈ সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, মাজুলী ৮৭৫৩৯২২০৬২
২৮. শ্ৰী জীৱন চন্দ্ৰ খাৰঘৰীয়া সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, গোলাঘাট ৯৪৩৫৩৫১২৩৭
২৯. ম: ৰফি মহম্মদ (এছ আৰ চি এছ) আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, ডি ৯৫০৮১০৫১৯৯
৩০. শ্ৰী দেৱজিত হাজৰিকা সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, তিনিচুকীয়া ৯৪৩৫৫৯৪৫১১
৩১. খালী ও/ও এ আৰ চি এছ শদিয়া    
৩২. শ্ৰী বাবুল কাকতি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, শিৱসাগৰ ৯৭০৭৫৭৪৫৪৪
৩৩. শ্ৰী দেৱ কান্ত শইকীয়া সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, চৰাইদেউ ৯৬১৩২২৪৪৭০
৩৪. শ্ৰী ৰেবট চন্দ্ৰ সোনোৱাল সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, নাজিৰা ৯৯৫৪৩৬৭৮৩৫
৩৫. খালী ও/ও এ আৰ চি এছ শিলচৰ মণ্ডল    
৩৬. শ্ৰী ৰমেন্দু ভূষণ দত্ত ( জ্যেষ্ঠ হিতাৰ পৰীক্ষক চি এছ) আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, শিলচৰ ৯৪৩৫৩৭১২৮৬
৩৭. শ্ৰী ডি দেশমুখ (এছ আৰ চি এছ) আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, হাইলাকান্দি ৯৪৩৫৫৯৬০৫৭
৩৮. শ্ৰীমতী কবিতা দাস সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, কৰিমগঞ্জ ৯৪৩৫১৭৩৯৬৯
৩৯. শ্ৰী নীলোৎপল গোঁহাই সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, আৰ কে নগৰ ৭৫৭৬৮৪৬০৬৮
৪০. শ্ৰী লংবীৰ টেৰণ সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, ডিফু ৯৪৩৫০৬৭৩৩৩
৪১. শ্ৰী সুধীৰ ৰঞ্জন চামাদ্দাৰ সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, হামৰেণ ৯৪৩৫৭২২০১৪
৪২. শ্ৰী দিলিপ কুমাৰ মজুমদাৰ সহকাৰী পঞ্জীয়ক সমবায় সমিতি ও/ও এ আৰ চি এছ, হাফলং ৯৪৩৫০৬৯৩৯৮
৪৩. খালী ও/ও এ আৰ চি এছ গুৱাহাটী মণ্ডল    
৪৪. শ্ৰী বৰ্ণালী তামুলী সহকাৰী পঞ্জীয়ক সমবায় সমিতি মূখ্য কাৰ্য্যালয় ৯৪৩৫৪১৯৬৪৩
৪৫. শ্ৰীমতী নৱনীতা পাঠক সহকাৰী পঞ্জীয়ক সমবায় সমিতি মূখ্য কাৰ্য্যালয় ৯৯৫৪৩২২৫৩৯
৪৬. শ্ৰী চক্ৰধৰ ডেকা সহকাৰী পঞ্জীয়ক সমবায় সমিতি মূখ্য কাৰ্য্যালয় ৯৪৩৫০৪৬৯১৫