বিভাগৰ পৰিকল্পনা: আত্মসহায় আৰু সমবায়ৰ জৰিয়তে ন্যায় বিচাৰ আৰু সাফল্য লাভ।
বিভাগৰ অভিযান: সামাজিক আৰু অৰ্থনৈতিক উন্নতিৰ কাৰণে জনগণৰ প্ৰতিষ্ঠান হিচাপে সমবায় সমিতিৰ উদ্যোগ লৈ এখন শক্তিশালী প্ৰাণচঞ্চল সমবায় খণ্ডৰ প্ৰতিষ্ঠা কৰা।
সেৱাৰ সবিশেষ | বিষয়াৰ নাম আৰু পদবী | কায্যালয়ৰ/ স্থান আৰু ঠিকনা | চৰ্ত | আবেদন প্ৰদানৰ সময় সীমা | মাচুল | মন্তব্য | |
---|---|---|---|---|---|---|---|
১. বিযয় পৰিচালনা কৰিবলৈ সমবায় সমিতিলৈ বিষয়া পিৰতিনিধি পঠোৱা | শ্ৰীমতী চালমা আহমেদ হুছেইন এচএছ, সচিব অসম চৰকাৰ | দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ১. সমবায় সমতিতৰ বিওডিৰ গৃহীত প্ৰস্তাৱৰ দ্বাৰা সমৰ্থিত আবেদন | নাই | নাই | ||
২. সমবায় সমতিৰ কাৰ্যবাহী বিষয়া নিযুক্তি | একে | একে | য`ত ৰাজ্যিক চৰকাৰে যিকোনো লোন পৰিশোধ কৰাৰ কাৰণে নিশ্চিতি প্ৰদান কৰিব যিকোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাভ কৰা। মূখ্য কাৰ্য্যবাহীজন ৰাজ্য চৰকাৰৰ দ্বাৰা নিযুক্ত হ`ব পাৰে আৰু দৰমহা আৰু ভাট্টা দিব। অবসৰ কালিন ভাট্টাৰ অন্তৰ্ভূক্তি সহ মুখ্য কাৰ্য্যবাহীৰ সেৱাৰ চৰ্ত আৰু আন লাভালাভ চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত কৰা হ`ব। | নাই | নাই | চৰকাৰৰ দ্বাৰা নিযুক্ত মুখ্য কাৰ্য্যবাহীজনৰ পূৰ্ণ-পৰ্য্যায়ৰ প্ৰশাসনীয় নিয়ন্ত্ৰণ থাকিব সমবায় কৰ্মচাৰীৰ ওপৰত সকলো বিষয়ত বদলি স্থাপিত আৰু অনুসন্ধান মূলক কাৰ্য্যত | |
৩. ঋণ প্ৰদান, অংশ লোৱা বা ঋণ পত্ৰৰ ক্ষেত্ৰত মূলধন আৰু সূতৰ নিশ্চিতি প্ৰদান কৰি যি কোনো ধৰণৰ সমবায় সমিতিক বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা | শ্ৰী মদন চন্দ্ৰ ডেকা। আই এ এছ সচিব, অসম চৰকাৰ | দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | সাধাৰণ সভাৰ দ্বাৰা অনুমোদিত প্ৰস্তাৱ এটাৰ দ্বাৰা সমৰ্থিত আবেদন | নাই | নাই | ||
৪. পঞ্জীয়ন কৃত সমবায় সমিতিৰ হিচাপ বহী পৰীক্ষণ কৰিবলৈ চাৰ্টাৰ্ড একাউনটেণ্ট সমূহক পৰিচালনা কৰিবলৈ | একে | একে | নাই | প্ৰতিবছৰৰ ৩১ মাৰ্চৰ ভিতৰত | নাই | ||
৫. অসম সমবায় সমিতি আইন ২০১৭ৰ ধাৰা ৭৯ অনুযায়ী সমবায় সমূহ বা এখন এখন সমবায়ক নিৰ্দিষ্ট শুল্ক বা মাচুল ইত্যাদি হ্ৰাস কৰা | একে | একে | Aসমবায় সমিতিৰ শ্ৰেণী বা সমবায় সমিতিৰ দ্বাৰা আবেদন | নাই | নাই | ||
৬. মনোৰঞ্জন ল`বলৈ আইনৰ ১১১ ধাৰাৰ অধীনত পাছ কৰা সমবায় সমিতিৰ পঞ্জীয়কৰ নিৰ্দেশৰ বিৰুদ্ধে আপিল কৰিব পাৰিব | একে | একে | আপিল আবেদন মাত্ৰ আইনী প্ৰশ্নৰ ওপৰত হ`ব লাগিব | নিৰ্দেশ প্ৰকাশ হোৱা তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত | নাই | ||
৭. আইনৰ ধাৰা ১৩০ ৰ ব্যৱস্থা অনুযায়ী ১৯৩৪ চনৰ ঋণ প্ৰদান আইন অসমৰ কাৰ্য্যকৰীতাৰ পৰা সমবায় সমিতিক ৰেহাই দিয়া | শ্ৰী মদন চন্দ্ৰ ডেকা, আই এ এছ, সচিব অসম চৰকাৰ | দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | বি ও ডি ৰ গৃহীত প্ৰস্তাৱৰ দ্বাৰা সমৰ্থন যুক্ত সমবায় সমিতিৰ পৰা আবেদন | ||||
৮. সমবায় ঋণ গাঁঠনি সমিতিৰ সাধাৰণ অংশ মূলধনৰ বৰঙনি লোৱা | একে | একে | সাধাৰণ সভাৰ দ্বাৰা গৃহীত প্ৰস্তাৱৰ দ্বাৰা সমৰ্থনযুক্ত আবেদন | সমবায় ঋণ গাঁঠনি সমিতিৰ সাধাৰণ অংশ মূলধন লৈ চৰকাৰী বৰঙণি সাধাৰণ অংশ মূলধনৰ ২৫ শতাংশৰ অধিক হ`ব নোৱাৰিব। |
অভিযোগ/ওজৰ আপত্তি দাখিল কৰিবৰ বাবে ৱেব চাইটঃ: www.coopeartionassam.nic.in
অভিযোগ/ওজৰ আপত্তি দাখিল কৰিব পাৰে উকা কাগজত লিখি:
শ্ৰী তৰুণ বৰা
অৱৰ সচিব সমবায় বিভাগ
দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয়
যদি সন্তুষ্ট নহয়, মক্কেলে তেওঁলোকৰ অভিযোগ/ওজৰ আপত্তি দাখিল কৰিব পাৰে তলত উল্লেখ কৰা ঠিকনাত:
শ্ৰীমতী এছ আই ৰছিদ,
সচিব, আসম চৰকাৰ
সমবায় বিভাগ
ক্ৰ: নং | বিষয়া/কৰ্মচাৰীৰ নাম | পদবী | ঠিকনা | যোগাযোগ নং |
---|---|---|---|---|
১. | শ্ৰী হেমন্ত নাৰ্জাৰী আই এ এছ | অধ্যক্ষ সচিব | দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | |
২. | শ্ৰী মদন চন্দ্ৰ ডেকা আই এ এছ | সচিব | প্ৰথম মহলা, ব্লক-ই অসম সচিবালয় | ৯৮৬৪০৭৮৭৩৫ |
৩. | শ্ৰী মতী চালমা আহমেদ হুছেইন এ চি এছ | সচিব | ৯৮৬৪১২৯৬৯৪ | |
৪. | শ্ৰী তৰুণ বৰা | উপ সচিব | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৮৮৭৬৮০৩৮৭৭ |
৫. | শ্ৰী দুলাল চকৰাৰ | অধীক্ষক সমিতি | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯৪৩৫৫৫১৪৬১ |
৬. | শ্ৰীমতী এল হাজৰিকা | অধীক্ষক | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৮৪৮৬৯২৮৩৮৩ |
৭. | শ্ৰী দিলিপ কলিতা | জ্যেষ্ঠ সহায়ক | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯৪৩৫০১৩৫৩৭ |
৮. | শ্ৰী এছ চহৰীয়া | জ্যেষ্ঠ সহায়ক | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯৭০৭৭৯৬১১৩ |
৯. | শ্ৰীমতী বি টেৰণ | জ্যেষ্ঠ সহায়ক | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯০৮৫৯৫২৪৯৪ |
১০. | শ্ৰী এছ এম শইকীয়া | জ্যেষ্ঠ সহায়ক | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৮৮২২৭৯৬০৪২ |
১১. | শ্ৰী সুশী বৰ্মন | জ্যেষ্ঠ সহায়ক | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৮৪৭৩৮৩২৭৮৭ |
১২. | শ্ৰী এ জে কলিতা | কনিষ্ঠ সহায়ক | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯৮৬৪৬৬৯৪২১ |
১৩. | শ্ৰী এ বৰা | কনিষ্ঠ সহায়ক | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯৮৬৪৩২৮০৯০ |
১৪. | শ্ৰী পি মহন্ত | কম্পিউটাৰ অপাৰেটৰ | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯৮৫৪০০৭৪৮৩ |
১৫. | শ্ৰী ভৈৰৱ বৈশ্য | পিয়ন | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯৪৩৫৪০৯৯৪১ |
১৬. | শ্ৰী মুনিন্দ্ৰ শইকীয়া | পিয়ন | সমবায় বিভাগ দ্বিতীয় মহলা, ব্লক-ই অসম সচিবালয় | ৯৯৫৪০৭৬৪০৯ |