মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

সমবায় সমিতিৰ পুৰস্কাৰউদ্দীপক

কাৰ্য সম্পাদনত উৎকৃষ্ট সাফল্য লাভ কৰা সমবায় সমিতিসবূহলৈ বঁটা আগবঢ়োৱাৰ কাৰণে গ্ৰহণ কৰা আঁচনিৰ নিৰ্দেশাৱলী:

আঁচনিৰ নাম:

এই আঁচনিখনক ক`ব পাৰি উৎকৃষ্ট কাৰ্য সম্পাদন কাৰ সমবায় সমিতিসমূহলৈ আগবঢ়োৱা বঁটা`

এই আঁচনিৰ লক্ষ্য:

এই আঁচনিৰ লক্ষ্য হ`ল কৰ্মচাৰী প্ৰজন্মৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি বিভিন্ন পৰ্যায়ত ব্যৱসায়ীক কাৰ্যত উৎকৃষ্টতাৰ কাৰণে সমবায় সমিতিসমূহক উৎসাহ প্ৰদান কৰা, অভিপ্ৰোত কাৰ আৰু প্ৰেৰণা যোগোৱা।

লক্ষ্য- উদ্দেশ্য-:

উদ্দেশ্য :

(ক)প্ৰতিবছৰে স্বচ্ছতাৰে আৰু মুক্তভাৱে উৎকৃষ্ট কাৰ্য সম্পাদন কৰা তিনিখন সমবায় সমিতিক চাৰিটা বস্তনিষ্ঠ শ্ৰেণীত আৰু নিৰ্ণায়কৰূপে বাছনি কৰা

  • ৰাজ্যিক পৰ্যায়ত
  • জিলা পৰ্যায়ত
  • উপজিলা পৰ্যায়ত আৰু
  • প্ৰাথমিক পৰ্যায়ত
 

(খ) উপ-সংমণ্ডল, সংশ্লিষ্টজিলা, আৰু ৰাজ্যিক পৰ্যায়ত গণতন্ত্ৰ দিৱসত আনুষ্ঠানিক ভাৱে পতা ৰাজহুৱা অনুষ্ঠানত উযকৃষ্ট কাৰ্য সম্পাদন কাৰ নিৰ্বাচিত সমবায় সমিতিসমূহক নগদ ঘনেৰে পুৰস্কৃত কৰা হয়।

এই উদ্দেশ্যৰ কাৰণে প্ৰাপ্ত বাজেটৰ ব্যৱস্থা অনুসৰি আৰু অসম চৰকাৰৰ অনুমতি সাপেক্ষে প্ৰতিবছৰে নগদ ধন ৰাশি বঁটা হিচাবে নিৰ্ধাৰণ কৰা হয়। চলিত বৰ্ষ ২০১৬-১৭ৰ প্ৰপ্ত বাজেটৰ যোগান অনুসৰি ধন ৰাশি নিৰ্ধাৰণ কৰা হয় ১০০ লাখ। নগদ ধন বঁটাৰ পৰিমান প্ৰতিটো শ্ৰেণীৰ কাৰণে ২০১৬-১৭ বৰ্ষৰ বাবে তলত দিয়া ধৰণে প্ৰসিদ্ধ-:

  • প্ৰথম পুৰস্কাৰ / বঁটা-১২ লাখ টকা প্ৰতিটো শ্ৰেণীৰ ভিতৰত
  • দ্বিতীয় পুৰস্কাৰ / বঁটা-৮ লাখ টকা প্ৰতিটো শ্ৰেণীৰ ভিতৰত
  • তৃতীয় পুৰস্কাৰ / বঁটা-৫ লাখ টকা প্ৰতিটো শ্ৰেণীৰ ভিতৰত
 

বাছনি পদ্ধতি:

(ক) বাছনি সমিতি গঠন কৰা হ`ব তিনিখন উৎকৃষ্ট সাৰ্য সম্পাদন কৰা সমবায় সমিতিক ওপৰত উল্লোখ কৰা চাৰিটা শ্ৰেণীৰ প্ৰতিটোৰ পৰা উদ্দেশ্য সম্পাদনাৰ ভিত্তিত নিৰ্দেশাৱলীৰ তালিকা ১,২ আৰু ৩ ত উল্লখ কৰা ধৰণে লাভ কৰা নম্পৰৰ ভিত্তিত বাছনি কৰাৰ বাবে। সমবায় সমিতি পঞ্জীয়নৰ কাৰণে ( আৰ চি এছ) বাচনি সমিতিৰ সভাপতিজন থাকিব আৰু যুটীয়া ( আৰ চি এছ) ( এইছ কিউ) ভাৱে থাকিব সদস্য সতিব যিজনে লাভ কৰিব আৰু ছোৱা চিটা কৰিব প্ৰয়োজনীয় তথ্য আৰু এই উদ্দেশ্যৰ বাবে প্ৰয়োজনীয় হোৱা নথি-পত্ৰ

(খ) বিজ্ঞাপনৰ জৰিয়তো প্ৰতিটো শ্ৰোণীৰ যোগ্য সমবায় সমিতিৰ পৰা আবেদন পত্ৰবোৰ বাছনি সমিতিয়ে ছৰা মাধ্যম, বৈদ্যুটনিক মাধ্যম/ৱেবচাইট আদিৰে আমন্ত্ৰণ জনাব/যোগ্য সমবায় সমিটিৰ দ্বাৰা আবেজনবোৰ দাখিল কৰা হ`ব সংশ্লিষ্ট সহকাৰী/সমবায় সমিতিৰ জিলা পঞ্জীয়ক যিজনে প্ৰেৰণ কৰিব আৰ চি এছ লৈ যোৱা তিনি বছৰৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ প্ৰতিলিপি লগত গাঁঠি দি/ আবেদনপত্ৰ গ্ৰহণৰ ভিত্তিত বাছনি সমিতিয়ে বাছনি কৰিব তিনিখন উৎকৃষ্ট সমিতি চাৰিওটা শ্পেণীৰ প্ৰতিটোৰ পৰা সংস্থাপিত নিৰ্ঁায়ক আৰু যোগান ধৰা পৰামৰ্শৱলীৰ ভিত্তিত।

সমবায় সমিতিৰ বাছনি তালিকা প্ৰস্তাব সহকাৰে চৰকাৰৰ ওচৰত জমা কৰিব লাগে আৰ চি ওছ ৰা দ্বাৰা অনুমোদন লাভ কাৰবৰ কাৰণে/ ২ ডিছেম্বৰৰ আগে আগে পুঁজি মুকলি কৰি দিয়াৰ বাৰে/ পুঁজি লাভ কাৰ আৰ ছি এছ য়ে সথাযোগ্য বিত্তীয় দলিল প্ৰস্তুত কৰিব বিত্তীয় বিভাগো সময়ে সময়ে যিদৰে পৰামৰ্শ দিয়ে আৰু ৰাজ্যিক পৰ্যায়, জিলা পৰ্যায়/উপজিলা পৰ্যায়ত বঁটা বিতৰণি অনুষ্ঠান আয়োজন কৰে।

মাণ্ডলিক সমবায় সমিতিখনক বিবেচনা কৰা বয় জিলা খ্ৰেণীৰ পৰ্যায়ত/আৰ চি এছ য়ে নতুন আঁচনি প্ৰকাশ কৰে আৰু নিশ্চিত কৰে যে সমলো সমবায় সমতিকে এই আঁচনিৰ অধীনত পিৰস্কৃত কৰা হ`ব যেতিয়া আবেদন পত্ৰ আহবান কৰা হ`ব। বঁটা ঘোষণাৰ পাছত আৰ চি এছ য়ে ইউ চি ক বৰ্ণনালিপি যোগান ধৰিব।

বঁটাৰ বিবেচনাৰ কাৰণে যোগ্যতা :

তলত উল্লেখ কৰা চৰ্তাৱলী পুৰণ কৰিব পাৰিলে সমবায় সমিতিক যোগ্য বুলি বিবেচনা কৰা হয়।:

  • সমবায় সমিতিখনৰ নিৰ্বাচিত ব্যৱস্থাপনা থাকিব লাগে।
  • সমবায় সমিতিখনৰ আসম সমবায় সমিতি আইন ২০০৭যোগান ধৰা বিযৱস্থাৰ ভিত্তিত এখন বি ও ডি সভা/ এ জি এম থাকিব লাগে।
  • সমবায় সমিতিখনৰ নিয়মীয়া বিচাব বহীৰ এখন তালিকা থাকিব লাগে।
  • সমবায় সমিতিখনে একেৰাহে তিনিবছৰ অৱশিষ্ট লাভ উপাৰ্জন কৰি দেখুৱাব লাগো বাছনি হোৱাৰ পূৰ্বৰ বছৰলৈ অন্ততঃ।
  • সমবায় সমিতি সৰ্বদিক পৰিমানত প্ৰত্যেক্ষ আৰু পৰোক্ষ নিয়োগ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ সদস্যসকলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ কাৰণে কাম কৰা হ`ব লাগে।
 

এই চৰ্তসমূহ প্ৰতি বছৰে পুনৰীক্ষণ কৰা আৰু চৰকাৰৰ সমবায় বিভাগৰ অনুমোদন সাপেক্ষে প্ৰয়োজনীয় সালসলনি কৰা হয়।

বাছনি সমিতি:

সমবায় সমিতিৰ পঞ্জীয়কৰ দ্বাৰা বাছনি সমিতিত সভাপতিত্ব কৰা হয় তাৰোপৰি চৰকাৰৰ দ্বাৰা লোৱা সাদ্ধান্ত মৰ্মে তলত উল্লেখ কৰা যিকোনো ব্যক্তিক অৰ্ম্ভূভূক্ত কৰা হ`ব পাৰে।

  • আৰ চি এছ অসম- সভাপতি
  • চি জি এম, নাবাৰ্দৰ প্ৰতিনিধি-গুৱাহাটী
  • ভাৰত চৰকাৰৰ সমবায় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক
  • এন চি ডি চিৰ প্ৰতিনিধি, গুৱাহাটী- সদস্যসকল
  • সমবায় সমিতিসমূহৰ মাণ্ডলিক যুটীয়া প্ৰতিনিধি-সদস্য
  • যুটীয়া পঞ্জীয়ক, (এইছ-ও)- সদস্য সচিব
 

আঁচনি কাৰ্যকৰী কৰা অভিকৰণ:

সমবায় সমিতিৰ পঞ্জীয়কজন হ`ব এই আঁচনিৰ কাৰ্যবাহী কৰ্তৃপক্ষ। চৰকাৰৰ সমবায় বিভাগে প্ৰয়োজন সাপেক্ষে এই আঁচনিৰ যিকোনো বিষয় সম্পকৰ্ত এখন স্পষ্টিকৰণ প্ৰকাশ কৰিব পাৰে যিখন হ`ব চুড়ান্ত।

চৰকাৰে বিবেচনাৰ পাছত প্ৰয়োজন বোধ কৰিলে নিৰ্দেৱলী আৰু বাছনিৰ নিৰ্ণায়কবোৰ সংশোধন কৰিব পাৰে নতুন বাছনি সমিতিখনো বদলাব পাৰে।

Downloads
TitleSizeDetail
পি এ চি এছ সমবায় সমিতিৰ স্ক`ৰ কাৰ্ড30 KBswf-image
মহিলা সমবায় সমিতিৰ স্ক`ৰ কাৰ্ড28.5 KBswf-image
আন আন সমবায় সমিতিৰ স্ক`ৰ কাৰ্ড28.5 KBswf-image
সমবায় সমিতিৰ পুৰস্কাৰউদ্দীপক