মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

সমবায় কিয়?

বিভাগৰ পৰিকল্পনা:

সমবায় আৰু স্বাৱলম্বনৰ জৰিয়তে সাফল্য আৰু সদ্ভাব বিভাগৰ লক্ষ্য সাধন

সাধাৰণ জনতাৰ প্ৰতিষ্ঠান হিচাবে ৰাজ্যৰ সমবায় খণ্ডত অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ কাৰণে ৰূপায়ণ সাধ্য সমবায় সমিতিৰ বিত্তীয় পৰিচালন, গণতান্ত্ৰিক কাম কাজ আৰু ঐচ্ছিক গঠনৰ জৰিয়তে এখন মজবুত আৰু প্ৰাণচঞ্চল সমবায় সমিতি প্ৰতিষ্ঠা কৰা ইয়াৰ প্ৰধান লক্ষ্য।

সহযোগৰ অষ্টমাৰ্গ বা নীতি:

  • ঐচ্ছিক আৰু মুক্ত সদস্যভূক্তকৰণ
  • গণতান্ত্ৰিক ভাৱে সদস্য নিয়ন্ত্ৰণ
  • সদস্যৰ আৰ্থিক অংশগ্ৰহণ
  • স্বায়ত্বশাসন আৰু স্বাধীনতা
  • শিক্ষা প্ৰশিক্ষণ আৰু তথ্য
  • সমবায় সমিতিসমূহৰ মাজত সহযোগীতা
  • সম্প্ৰদায়ৰ কাৰণে সম্পৰ্ক-সচেতনতা
  • বৃত্তিগত পৰিচালনা

 

image